Loading...
Loading...
মালিনী গোস্বামীৰ দ্বাৰা সুদীৰ্ঘ সমীক্ষাত্মক পাতনিৰে সৈতে যুটীয়াভাৱে সম্পাদিত। ইয়াত পণ্ডিত তীৰ্থনাথ শৰ্মাৰ জন্মভূমিৰ ইতিহাস, পূৰ্বপুৰুষৰ পৰিচয়, আৰু তেখেতৰ চুটিগল্প, কবিতা, ব্যংগ নাটক আদি সৃষ্টিশীল ৰচনাৰ মূল্যায়নৰ লগতে সাহিত্যতত্ত্ব, অসমৰ ইতিহাস, জীৱনী, মধ্যযুগৰ সাহিত্যৰ সমালোচনা আৰু ভাৰতীয় ষড়দৰ্শনৰ বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হৈছে।