Loading...
Loading...
এইখন ইংৰাজী গ্ৰন্থৰ অসমীয়া অনুবাদ। এটা মিলেনিয়াম বা সহস্ৰাব্দৰ অৰ্থ আৰু তাৎপৰ্য, পশ্চিমীয়া সমাজত এনে যুগ বিভাজনৰ ধৰ্মীয় অৰ্থ আৰু তাৎপৰ্যৰ লগতে স্বামী বিৱেকানন্দৰ জীৱন, কৰ্ম, ভাষণাৱলী আৰু আদৰ্শ আদিৰে আগন্তুক সহস্ৰাব্দৰ বাবে ভাৰতীয় জনতাৰ, বিশেষকৈ যুৱ সমাজৰ কৰ্তব্যৰ বিষয়ে বুজাই দিয়া হৈছে।