Loading...
Loading...
পাঠ-সমীক্ষা তথা পাণ্ডুলিপি বিজ্ঞানৰ অন্তৰ্গত হাতেলিখা পুথি অধ্যয়ন, পাঠোদ্ধাৰ, পাঠ পুনৰ্নিৰ্মাণ, পাঠ মূল্যায়ন আদি বিষয়ৰ বিধিসন্মত কলা-কৌশল এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। ছাত্ৰ-ছাত্ৰীৰ উপৰিও পুৰণি হাতেলিখা পুথিৰ অধ্যয়নকাৰী, পাঠ উদ্ধাৰ কৰিবৰ বাবে আগ্ৰহী সকলো গৱেষক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে উপযুক্ত কিতাপখনৰ বিষয়বস্তু অতি জটিল যদিও ভাষা অতি সৰল আৰু উপস্থাপন পদ্ধতি পৰিপাটী।