Loading...
Loading...
জৈন ধৰ্মৰ ইতিহাস, ধৰ্মৰ বৈশিষ্ট্য, তীৰ্থংকৰসকলৰ পৰিচয়, আচাৰ-অনুষ্ঠান, উৎসৱ-পাৰ্বন, জৈন সাহিত্য সম্ভাৰ, জৈন দৰ্শন, জীৱন শৈলী আৰু আদৰ্শ ইত্যাদি বিষয় ইয়াত চমুকৈ আলোচনা কৰা হৈছে। জৈনসকলৰ কঠোৰ শৃংখলাবদ্ধ জীৱন প্ৰণালীৰ বিষয়ে প্ৰশংসাসূচক মন্তব্য গ্ৰন্থখনৰ শেষৰ পৃষ্ঠাবোৰত পোৱা যায়। অসমীয়া ভাষাত জৈন ধৰ্মৰ সাধাৰণ বৈশিষ্ট্যসমূহ সামৰি লিখা এইখনেই প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ গ্ৰন্থ।