Loading...
Loading...
সাহিত্য অকাডেমিৰ সৌজন্যত অসমীয়া বিভাগে অনুষ্ঠিত কৰা আলোচনা চক্ৰত পঠিত ওঠৰটা প্ৰবন্ধ এই গ্ৰন্থখনত সংকলিত হৈছে। অসমীয়া সাহিত্যৰ ৰোমাণ্টিক আৰু আধুনিক যুগৰ একাধিক কবিৰ ৰচনাৰ বিভিন্ন দিশৰ মূল্যায়ন আৰু বিশ্লেষণ এই প্ৰবন্ধসমূহত পোৱা যায়।