Loading...
Loading...
একৈশটা প্ৰবন্ধৰ সংকলন ‘আত্মজ্ঞান’ নামৰ কিতাপখনত প্ৰাচীন ভাৰতীয় আদৰ্শক আধুনিক পাঠকৰ বাবে উপস্থাপন কৰা হৈছে। বিশেষকৈ উপনিষদ আৰু গীতাৰ গভীৰ বাৰ্তাবাহক উপদেশৰাজিৰ আধুনিক যুগৰ মানুহৰ বাবে প্ৰাসংগিকতা বিচাৰ কৰি চোৱা হৈছে। ভাৰতীয় সংস্কৃতিৰ অন্যতম বৈশিষ্ট্যসমূহৰ গুৰুত্বপূৰ্ণ কিছু তথ্য আধুনিক পাঠকে গ্ৰহণ কৰিব পৰাকৈ সমসাময়িক উদাহৰণ আৰু প্ৰসংগেৰে ব্যাখ্যা কৰা হৈছে।