Loading...
Loading...
এই ৰচনা সংকলনটিত পঞ্চল্লিশগৰাকী প্ৰজ্ঞাৱান ব্যক্তিৰ জীৱন, ব্যক্তিত্ব তথা পাণ্ডিত্যৰ একোটা দিশত আলোকপাত কৰা হৈছে। সেয়েহে ৰচনাসমূহক সম্পূৰ্ণ জীৱনী বুলিব নোৱাৰি। মধ্যযুগৰ পৰা বৰ্তমানলৈ অসমৰ তথা ভাৰতৰ বৌদ্ধিক জগতখনক মননশীল লেখাৰে সমৃদ্ধ কৰা দাৰ্শনিক, সমালোচক, ভাষ্যকাৰ, কাব্যকাৰ, ভাষাবিদ, ৰাজনীতিবিদ, বিজ্ঞানী, সমাজসেৱককে ধৰি পঞ্চল্লিশগৰাকী প্ৰখ্যাত, অখ্যাত আৰু অল্পখ্যাত লোকৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ ব্যতিক্ৰমী দিশসমূহ গভীৰভাৱে গমি চোৱাৰ প্ৰয়াস কৰা হৈছে।